Dima Hasao Autonomous Council, election campaign

0

ডিমা হাছাও স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত হাফলং পাৰিষদিয় সমষ্টিত তীব্ৰতাৰে চলিচে নিৰ্বাচনী প্ৰচাৰ ।

আজি মাননীয় কেবিনেট মন্ত্ৰী পীযূষ হাজৰিকা, সন্মানীয় বিধায়ক কৌশিক ৰায় উপস্থিত থাকে সমষ্টিটোৰ বিভিন্ন নিৰ্বাচনী সভাত।

Haflong MAC constituency, under the Dima Hasao Autonomous Council, is currently experiencing a heightened level of election campaign.Today Himangshu Shekhar Baishya along with Cabinet Minister Pijush Hazarika and MLA Kaushik Roy were actively engaged in multiple election rallies in the town area.